AABIR

Audio Languages: Assamese

ইন্দ্ৰাণী শৰ্মাৰ ‘আবিৰ’ নিশ্চয়কৈ আপুনি পঢ়িছে৷ আপোনাৰ সেই আৱেগৰ আবিৰক শ্ৰব্য-দৃশ্যৰূপ দিছে NK Mediaই। ইন্দ্ৰাণী শৰ্মাৰ বহুল পঠিত উপন্যাসৰ আধাৰত নিৰ্মিত মেগা ছিৰিয়েল ‘আবিৰ’। আবিৰত অভিনয় কৰিছে – প্ৰীতি কংকনা, অমিত কুমাৰ বৰা, দেৱজিত মজুমদাৰ, অৰ্পনা দত্ত চৌধুৰী, যশস্বী ভূঞাকে আদি কৰি বহু কেইখন চিনাকী মুখে।

Cast : প্ৰীতি কংকনা, দেৱজিত মজুমদাৰ, অমিত কুমাৰ বৰা, অপনা দত্ত চৌধুৰী, যশশ্ৰী ভূঞা

Details About Aabir Show :

Show Released Date2022-00-00
Total Episodes120
Genres Drama

Connect with us